Flag of Indiaसत्यमेव जयते AADTAK
GOOD INDIA ASSAM

WTC-ৰ ফাইনেলত প্রৱেশৰ আশা ক্ষীণ টীম ইণ্ডিয়াৰ

ঘৰুৱা দল নিউজিলেণ্ডৰ বিপক্ষে ৱেলিংটনত খেলা শৃংখলাৰ প্রথমখন টেষ্টত জয়ৰ পৰা বঞ্চিত হ’ল টীম ইণ্ডিয়া৷ শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে টেষ্টখনৰ পঞ্চম তথা অন্তিম দিনা ঘৰুৱা দলটোৰ ৮টা উইকেট দখল কৰাত ব্যর্থ হয়৷ ফলত টেষ্টখন ড্রৰে পৰিসমাপ্তি হয়৷

নিয়মীয়া বাৰ্তা 2 newsrooms Tue, 24 Nov 2026 05:52
Read the original at নিয়মীয়া বাৰ্তা ↗

Also reported by 1 other newsroom