Flag of Indiaसत्यमेव जयते AADTAK
GOOD INDIA ASSAM

বিজ্ঞাপন অবিহনে পোৱা চাকৰিত নাপাব পেন্সন… গুৱাহাটী হাইক’ৰ্টৰ গুৰুত্বপূর্ণ ৰায়

ডিজিটেল ডেস্ক, ২০ নৱেম্বৰ : বিজ্ঞাপন বা নিযুক্তি প্রক্রিয়া অবিহনে পোৱা চাকৰিত নাপাব পেন্সন আৰু অৱসৰকালীন সুবিধা৷ কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত দীর্ঘদিন কাম কৰাৰ অজুহাতত চাকৰি নিয়মীয়া কৰিব নোৱাৰি৷ তেনে কর্মচাৰীয়ে পেন্সন আৰু অৱসৰকালীন সা

নিয়মীয়া বাৰ্তা Fri, 20 Nov 2026 05:53
Read the original at নিয়মীয়া বাৰ্তা ↗