Flag of Indiaसत्यमेव जयते AADTAK
GOOD INDIA ASSAM

সদৌ অসম সত্র মহাসভাৰ সত্র-নামঘৰ সমাৰোহ আৰম্ভ

নগাঁও জিলাৰ পুৰণিগুদাম ভীমৰগাঁওস্থিত নামঘৰ আৰু পুৰণিগুদাম ড০ ভবেন্দ্র নাথ শইকীয়া প্রেক্ষাগৃহত শুকুৰবাৰৰ পৰা চাৰিদিনীয়াকৈ সদৌ অসম নামঘৰ মহাসভাৰ উদ্যোগত আৰম্ভ হৈছে সদৌ অসম সত্র আৰু নামঘৰ সমাৰোহ৷ পুৱাৰে পৰা অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা সত্রাধ

নিয়মীয়া বাৰ্তা Sat, 21 Nov 2026 05:14
Read the original at নিয়মীয়া বাৰ্তা ↗