Flag of Indiaसत्यमेव जयते AADTAK
UGLY INDIA ASSAM

সম্পাদকীয় : বিদায় চি আৰ ৭

কিছুমান বিদায় কেৱল এজন ব্যক্তিৰ জীৱনৰ এটা অধ্যায়ৰে সমাপ্তি নহয়, সেই বিদায়ে ব্যথিত কৰে কোটি কোটি মানুহৰ অনুভূতি, স্মৃতি আৰু আৱেগক৷ ফুটবলৰ মহাতাৰকা পৰ্তুগালৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ বিদায়ো বিশ্বৰ কোটি কোটি ক্রীড়াপ্রেমীৰ তেনে এক আৱেগঘন মুহূর্ত৷

নিয়মীয়া বাৰ্তা Sat, 07 Nov 2026 03:30
নিয়মীয়া বাৰ্তা पर मूल खबर पढ़ें ↗