GOOD
INDIA
ASSAM
ড০ ভূপেন হাজৰিকা : দর্শনক সুৰৰ ৰূপ দিয়া অমৰ কণ্ঠ

🔸 ড০ হিমন্ত বিশ্ব শর্মা পৃথিৱীত এনে বহু শিল্পী আছে যাৰ মহত্ত্ব লুকাই থাকে তেওঁলোকে সৃষ্টি কৰা সৌন্দর্যৰ মাজত৷ কিন্তু অতি কমসংখ্যক শিল্পীয়ে নিজৰ সৃষ্টিৰে জীৱন আৰু জগতৰ সম্পর্কে আমাৰ দৃষ্টিভংগীক অধিক প্রগাঢ় কৰি তোলে৷ ভাৰতৰত্ন ড০ ভূপেন হাজৰিক
Read the original at নিয়মীয়া বাৰ্তা ↗