GOOD
INDIA
ASSAM
প্রচণ্ড শীত… শ্রীনগৰ–ছপিয়ানত -৪.২ ডিগ্রী চেলছিয়াছলৈ নামিল পাৰাস্তম্ভ

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ : প্রচণ্ড শীতে কঁপাইছে কাশ্মীৰ উপত্যকা৷ বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি, শুকুৰবাৰে জম্মুৰ গ্রীষ্মকালীন ৰাজধানী শ্রীনগৰত সর্বনিম্ন তাপমাত্রা –২.০ ডিগ্রী চেলছিয়াছৰ বিপৰীতে দক্ষিণ কাশ্মীৰৰ ছপিয়ানত পাৰাস্তম্ভ –৪.২ ডিগ
নিয়মীয়া বাৰ্তা पर मूल खबर पढ़ें ↗