Flag of Indiaसत्यमेव जयते AADTAK
GOOD INDIA ASSAM

শোকাৱহ… পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে ৮জনৰ প্ৰাণহানি, আহত ২০

ডিজিটেল ডেস্ক, ১৭ নৱেম্বৰ : উত্তৰাখণ্ডৰ ঋষিকেশ-বদ্ৰীনাথ ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। টিহৰী গড়ৱাল জিলাৰ গুলাৰ বজাৰৰ সমীপত এখন পাহাৰীয়া দলঙৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই নদীৰ বুকুত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাটো সংঘটিত হোৱা

নিয়মীয়া বাৰ্তা Tue, 17 Nov 2026 07:33
Read the original at নিয়মীয়া বাৰ্তা ↗