GOOD
INDIA
ASSAM
বিদ্যালয়ৰ সমীপত প্ৰচণ্ড বিস্ফোৰণত নিহত ৭ শিক্ষার্থী, আহত শতাধিক

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ : শিক্ষার্থীৰ কোলাহলত বিদ্যালয়খন তেতিয়া মুখৰিত হৈ আছিল। হঠাতে এক প্রচণ্ড শব্দত কঁপি উঠিল সমগ্ৰ অঞ্চলটো। এক প্ৰচণ্ড বিস্ফোৰণত আফগানিস্তানত নিহত হৈছে ৭টি স্কুলীয়া শিশু। আহত হৈছে কমেও শতাধিক শিক্ষার্থী। শনিবাৰে পুৱা
Read the original at নিয়মীয়া বাৰ্তা ↗