Flag of Indiaसत्यमेव जयते AADTAK
GOOD INDIA ASSAM

ডিগবৈ ভীমপথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ, পথাৰৰ ধান খাই তহিলং, চিন্তিত কৃষক

ডিগবৈৰ পাৰ্শ্বৱৰ্তী ভীমপথাৰ অঞ্চলত দুটা বনৰীয়া হাতীয়ে যোৱা কিছুদিন ধৰি উপদ্ৰৱ চলাই অহাত স্থানীয় লোক চিন্তিত হৈ পৰিছে। বনৰীয়া হাতী দুটাই নিশাৰ ভাগত বিশেষকৈ, ধাননি পথাৰৰ ৰুৱা ধান খোৱাৰ লগতে গচকি তহিলং কৰাত কেইবাবিঘা কৃষি ভূমিৰ ফচল নষ্ট হৈ

নিয়মীয়া বাৰ্তা Sun, 08 Nov 2026 11:57
নিয়মীয়া বাৰ্তা पर मूल खबर पढ़ें ↗