GOOD
INDIA
ASSAM
ৰাষ্ট্ৰীয় স্কুল গেমছলৈ নিৰ্বাচিত হাজো ৰিমঝিম মালাকাৰ

পাঞ্জাৱৰ লুধিয়ানাত অহা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগীয়া ৭০সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অংশ গ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে হাজো পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিমঝিম মালাকাৰ। ছোৱালীৰ ১৪ বছৰ
Read the original at নিয়মীয়া বাৰ্তা ↗