GOOD
INDIA
ASSAM
হত্যা নে আত্মহত্যা : ৰহস্যৰ আৱৰ্তত মেৰাপানীৰ যুৱক চাবিদৰ মৃত্যু

মেৰাপানীত বুধবাৰে এজন যুৱকৰ অস্বাভাৱিক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্য। প্ৰতিৱেশীৰ ঘৰৰ ছাদৰ ওপৰত বুধবাৰে পুৱা ডিঙিত এডাল বেল্ট লগা অৱস্থাত উদ্ধাৰ হৈছিল চাবিদ আলী নামৰ যুৱকজনৰ মৃতদেহ। প্ৰথমে যুৱকজনে আত্মহত্যা কৰা বুলি খবৰ বিয়পি পৰিছিল যদি
Read the original at নিয়মীয়া বাৰ্তা ↗