GOOD
INDIA
ASSAM
পুৱাই মৰ্মান্তিক ঘটনা, বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাহনৰ

ডিজিটেল ডেস্ক, ৯ নৱেম্বৰ : উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত সোমবাৰে পুৱা সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। দ্ৰুতবেগী এখন অনিয়ন্ত্ৰিত কাৰে পথৰ ডিভাইডাৰত খুন্দা মৰাৰ পিছতে বাহনখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে। এই ভয়াৱহ অগ্নিকাণ্ডত গাড়ীখনত থক
Read the original at নিয়মীয়া বাৰ্তা ↗