GOOD
INDIA
ASSAM
চৌদিশে কালীপূজাৰ আধ্যাত্মিকতা-দীপাৱলীৰ পাৰভগা উছাহ, চাকিৰ পোহৰত বর্ণিল উৎসৱ

ডিজিটেল ডেস্ক, ৯ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলী৷ সমগ্র দেশৰ লগতে অসমতো উলহ–মালহেৰে উদযাপন কৰা হৈছে পোহৰৰ এই বর্ণিল উৎসৱ৷ চহৰৰ পৰা গাঁওলৈকে চাৰিওফালে ৰং–বিৰঙৰ আলোকসজ্জা, পদূলিয়ে পদূলিয়ে মাটিৰ চাকি, ঘৰে ঘৰে বন্তিৰ পোহৰ আৰু আতচবাজীৰ শব্দ আৰু ৰঙী
Read the original at নিয়মীয়া বাৰ্তা ↗