GOOD
INDIA
ASSAM
অশান্ত বাংলাদেশ… মহম্মদ ইউনুছৰ পৈতৃক গৃহত অগ্নিসংযোগ ! ১৮ জিলালৈ বিয়পিছে হিংসা

ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ : চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত অশান্তি, বিক্ষোভ আৰু হিংসাত্মক ঘটনা অব্যাহত আছে। যোৱা সোমবাৰে টুংগীপাৰাকে ধৰি গোপালগঞ্জ জিলাৰ কেইবাটাও অঞ্চলত আৰম্ভ হোৱা হিংসাৰ জুই বৃহস্পতিবাৰে দেশখনৰ অন্ততঃ ১৮খন জিলালৈ বিয়পি পৰিছে।
Read the original at নিয়মীয়া বাৰ্তা ↗