GOOD
INDIA
ASSAM
ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ ঘৰত জোৰপূৰ্বক যুৱকৰ প্ৰৱেশৰ চেষ্টা, পৰিয়ালৰ প্ৰহাৰত মৃত্যু!

এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰক বিয়াৰ প্ৰস্তাৱ দিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে। দিল্লীৰ মধু বিহাৰত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকজনক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগত ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰগৰাকীৰ পিতৃ আৰু
Read the original at নিয়মীয়া বাৰ্তা ↗