GOOD
INDIA
ASSAM
জিম্মাত লোৱাৰ সময়ৰ পৰাই ২৪ ঘণ্টাৰ ভিতৰত হাজিৰ কৰোৱাব লাগিব আদালতত

অভিযুক্তক আৰক্ষীয়ে আটক কৰাৰ সময়ৰ পৰাই ২৪ ঘণ্টাৰ ভিতৰত দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱাৰ সময়সীমা গণনা হ’ব। আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰাৰ সময়ৰ পৰা এই সময়সীমা গণনা কৰিব নোৱাৰিব। এক গুৰুত্বপূৰ্ণ ৰায়দানত এই কথা স্পষ্ট কৰি দিছে উচ্চতম ন্যায়াল
Read the original at নিয়মীয়া বাৰ্তা ↗