GOOD
INDIA
ASSAM
নগাঁৱত পথ দুৰ্ঘটনাত আহত লাহৰীঘাটৰ মেধাৱী ছাত্ৰৰ মৃত্যু, শোকৰ ছাঁ

নগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লাহৰীঘাটৰ এগৰাকী মেধাৱী ছাত্ৰই অৱশেষত জীৱন যুঁজত হাৰ মানিলে। নিহত ছাত্ৰগৰাকী লাহৰীঘাটৰ ফলিহামাৰী পথাৰ গাঁও নিৱাসী ৰাইম আহমেদ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, যোৱা শুকুৰবাৰে নিশা
Read the original at নিয়মীয়া বাৰ্তা ↗