Flag of Indiaसत्यमेव जयते AADTAK
GOOD INDIA ASSAM

গুৱাহাটীত পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম; প্ৰতি লিটাৰত হ’লগৈ ৭১.৮০ টকা

বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই গাখীৰৰ খুচুৰা মূল্য প্ৰতিলিটাৰত ২.৬০ টকাকৈ বৃদ্ধি কৰিছে৷ ইয়াৰ পৰিণতিত এতিয়াৰে পৰা গুৱাহাটীৰ উপভোক্তাসকলে প্ৰতি লিটাৰ গাখীৰৰ বাবদ ৭১.৮০ টকাকৈ ভৰিব লাগিব। ইয়াৰ পূৰ্বে গো-পালকসকলে যোৱা এক নৱেম্বৰত গাখীৰ

নিয়মীয়া বাৰ্তা Tue, 17 Nov 2026 07:24
Read the original at নিয়মীয়া বাৰ্তা ↗