GOOD
INDIA
ASSAM
ঘনকান্ত গগৈৰ গুলীত আহত সত্যেন্দ্ৰ পাঠক উভতিল ঘৰলৈ

অৱশেষত চিকিৎসালয়ৰ পৰা সুস্থ হৈ বৰপেটাৰ নিজ গৃহত উপস্থিত হ’ল সত্যেন্দ্ৰ পাঠক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা বৰপেটাৰ ইচ্ছাপুৰহাটীস্থিত বাসগৃহত উপস্থিত হোৱাৰ সময়ত আৱেগিক হৈ পৰে পৰিয়ালৰ লোক। বিশেষকৈ পুত্ৰক ঘূৰাই পাই মাতৃৰ চকুত
Read the original at নিয়মীয়া বাৰ্তা ↗