GOOD
INDIA
ASSAM
বৰপেটাৰোডত লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ : বৰপেটাৰোডৰ সমীপৱৰ্তী হটাপাৰাত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গোৱৰ্ধনা থানাৰ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত মূল অভিযুক্ত হাছেন আলীক
Read the original at নিয়মীয়া বাৰ্তা ↗