GOOD
INDIA
ASSAM
সম্পাদকীয় : ঐতিহ্য ৰক্ষা

ঐতিহ্যৰ ৰূপকাৰসকলৰ অশ্ৰু, আৰ্থিক অৱক্ষয় আৰু অসমৰ লোকশিল্পী সমাজৰ ভৱিষ্যত সম্পৰ্কে আমাৰ কৰিবলগীয়া, ভাবিবলগীয়া বহু কথাই আছে। কিন্তু আমাৰ এই কথাবোৰ আলোচনা কৰিবলৈ আহৰি নাই। আমি মনত ৰখা ভাল অসমীয়া সমাজ, সংস্কৃতি ঐতিহ্যৰ ভেটিৰ ওপৰত প্ৰতিষ্ঠিত। সে
Read the original at নিয়মীয়া বাৰ্তা ↗