GOOD
INDIA
ASSAM
মিনি অসমত পৰিণত উখল–মাখল ভাৰত মণ্ডপম

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ : বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ ঐতিহাসিক সামৰণী অনুষ্ঠান আজি সন্ধিয়া ৬ বজাত নতুন দিল্লীৰ ঐতিহ্যমণ্ডিত ‘ভাৰত মণ্ডপম’ত অতি বর্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিত হ’ব৷ দেশৰ প্রধ
Read the original at নিয়মীয়া বাৰ্তা ↗