GOOD
INDIA
ASSAM
মুখলজ্জা ঢাকিবলৈ অবিবাহিত যুৱতীয়ে নৱজাতক বিক্ৰী কৰাৰ অভিযোগ, নাৰ্ছৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি

মাত্ৰ তিনি হাজাৰ টকাৰ বিনিময়ত নিজ নৱজাতক সন্তানক বিক্ৰী কৰি দিয়াৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে নগাঁৱত। মুখলজ্জা ঢাকিবলৈ এগৰাকী অবিবাহিত যুৱতীয়ে এই জঘন্য পথ বাছি লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্র প্ৰত
Read the original at নিয়মীয়া বাৰ্তা ↗