UGLY
INDIA
ASSAM
সম্পাদকীয় : দীপাৱলীৰ সেউজ সংকল্প

শাৰদীয় নির্মলতাৰ কোলাত শেৱালিৰ সৰাপাত আৰু কাতিৰ হিমচেঁচা নিয়ৰৰ আৱেশ সানি যেতিয়া প্রকৃতিয়ে শীতৰ পদধ্বনি শুনে, ঠিক তেনেকুৱা এক সন্ধিক্ষণতেই আকাশ–পৃথিৱী আৱৰি ধৰা কাতি মাহৰ অমাৱস্যাৰ ঘোৰ তমসা ভেদি ধৰালৈ নামি আহে দীপান্বিতা৷ যুগ যুগ ধৰি বৈ অহা উ
Read the original at নিয়মীয়া বাৰ্তা ↗