GOOD
INDIA
ASSAM
৬ নৱেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ নৱেম্বৰ, কাতি মাহৰ ১৯ তাৰিখ, শুকুৰবাৰ মেষ : শাৰীৰিক দিশত দুর্বলতা থাকিব৷ বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়ো সহায় কৰিব৷ ব্যৱসায়ত মধ্যম৷ পঢ়া–শুনাত বেয়া নহ’ব৷ সন্তানৰ শুভ৷ বৃষ : কর্মক্ষেত্রত বেয়া নহ’ব৷ কিন্তু শাৰীৰিক দিশত সতর্ক হৈ চলা
Read the original at নিয়মীয়া বাৰ্তা ↗