Flag of Indiaसत्यमेव जयते AADTAK
GOOD INDIA ASSAM

চাহ বাগিচাত কাম কৰি থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এজন

ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ : ডুমডুমাৰ তাৰা চাহ বাগিচাৰ নাহৰজান গাঁৱত এক অতি শোকাৱহ ঘটনা সংঘটিত হৈছে। বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱাইছে এজন লোকে। নিহত লোকজন নাহৰজান গাঁৱৰ ৬০ বছৰীয়া বালক ছাই গড় (ভংকৰ) বুলি চি

নিয়মীয়া বাৰ্তা Thu, 19 Nov 2026 07:56
Read the original at নিয়মীয়া বাৰ্তা ↗