BAD
INDIA
ASSAM
সম্পাদকীয় : নৱপ্রজন্মৰ পাঠাভ্যাস

ডিজিটেল মাধ্যমৰ দ্রুত প্রসাৰে আৰু হাতৰ মুঠিতে পাব পৰা দৃশ্য–শ্রাব্য মনোৰঞ্জনৰ ভাণ্ডাৰে আমাৰ সমাজখনক এক গভীৰ বৌদ্ধিক সংকটৰ সন্মুখীন কৰাইছে৷ ইয়াৰ আটাইতকৈ বেছি প্রভাৱ পৰিছে উঠি অহা প্রজন্মৰ ওপৰত৷ সামাজিক মাধ্যমত প্রচাৰিত চুটি ভিডিঅ’ আৰু এলগৰিথ
নিয়মীয়া বাৰ্তা पर मूल खबर पढ़ें ↗