GOOD
INDIA
ASSAM
১৫ নৱেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ নৱেম্বৰ, কাতি মাহৰ ২৮ তাৰিখ দেওবাৰ : তিথি– ষষ্ঠী, নক্ষত্র : উত্তৰাষাঢ়, যাত্রা : শুভ মেষ : আজি এই ৰাশিৰ জাতক–জাতিকাৰ স্বাস্থ্য বৰ ভাল দেখা নাযায়৷ চাকৰিয়ালসকলৰ মধ্যম ফল৷ বিদ্যাত কষ্ট কৰিলে বিদ্যার্থীসকলে ভাল ফল পাব৷ যাত্রা শুভ হ’ব৷ শুভ
নিয়মীয়া বাৰ্তা पर मूल खबर पढ़ें ↗