GOOD
INDIA
ASSAM
ভয়ানক… গভীৰ নিশা ৪টি শিশুকে ধৰি একেটা পৰিয়ালৰ ১৩জনৰ শোকাৱহ মৃত্যু

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ : পূজা দিবলৈ যোৱা আৰু নহ’ল। এক মৰ্মান্তিক পথ দুৰ্ঘটনাত মৃত্যু হ’ল একেটা পৰিয়ালৰ ১৩জন লোকৰ। চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। নিহতসকলৰ ভিতৰত ৪টি শিশু, ৪গৰাকী মহিলাসহ পাঁচগৰাকী পুৰুষ আছে। নিহত আটাইকেইজন বিহাৰৰ
নিয়মীয়া বাৰ্তা पर मूल खबर पढ़ें ↗