GOOD
INDIA
ASSAM
ৱেলিংটন টেষ্টত কে এল ৰাহুলৰ শতক, গঢ়িলে ইটোৰ পিছত সিটো অভিলেখ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ৱেলিংটনত চলি থকা প্ৰথমখন টেষ্টৰ তৃতীয় দিনটোত সৃষ্টি হ’ল ইটোৰ পিছত সিটো অভিলেখ। কে এল ৰাহুলৰ দুৰ্দান্ত শতকৰ বিপৰীতে অধিনায়ক শুভমন গিলে শতকৰ পৰা মাত্ৰ দুই ৰান দূৰত থাকি আউট হয়। দিনান্তত ভাৰতে চাৰিটা উইকেট হেৰুৱাই ৪৮৬
নিয়মীয়া বাৰ্তা पर मूल खबर पढ़ें ↗