GOOD
INDIA
ASSAM
এছটিএফৰ বৃহৎ সফলতা : ৮৫ কোটি টকাৰ নিষিদ্ধ হেৰ’ইন জব্দ, দুজনক আটক

ৰাজ্যত পুনৰ ড্ৰাগছবিৰোধী অভিযানত ডাঙৰ সফলতা অৰ্জন কৰিলে অসম আৰক্ষীৰ এছটিএফ-এ । কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেড কোৱাৰ্টাৰ) তথা অভিযানকাৰী দলটোৰ মুৰব্বী (এছটিএফ) কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত ইতিমধ্যে বিগত সময়ছোৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ
Read the original at নিয়মীয়া বাৰ্তা ↗