GOOD
INDIA
ASSAM
জন্মভূমিৰ প্ৰতি অকৃত্ৰিম মৰম-দায়বদ্ধতাৰ অনন্য নিদৰ্শন দুই বাল্যবন্ধুৰ

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ : জন্মভূমিৰ প্ৰতি অকৃত্ৰিম মৰম আৰু দায়বদ্ধতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে দুই বাল্যবন্ধুৱে। যুৱক দুজন হৈছে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱৰ প্ৰাচুৰ্য্য শ্যাম আৰু ঙি ৱন খাম চাউলু। দুয়ো একালৰ বাল্যবন্ধু। কৰ্মসূত্ৰে
নিয়মীয়া বাৰ্তা पर मूल खबर पढ़ें ↗