Flag of Indiaसत्यमेव जयते AADTAK
GOOD INDIA ASSAM

পুনৰ দিল্লীত অঘটন, তিনি মহলীয়া অট্টালিকা খহি ২জনৰ মৃত্যু

ডিজিটেল ডেস্ক, ৫ নৱেম্বৰ : দেশৰ ৰাজধানী দিল্লীত পুনৰ সংঘটিত হৈছে এক অট্টালিকা খহি পৰাৰ দৰে ভয়ংকৰ ঘটনা। এইবাৰ ঘটনাটো সংঘটিত হৈছে পুৰণি দিল্লীৰ অতি জনাকীৰ্ণ চাওৰি বজাৰ অঞ্চলত। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৯:৫০ বজাত

নিয়মীয়া বাৰ্তা Thu, 05 Nov 2026 08:46
Read the original at নিয়মীয়া বাৰ্তা ↗