UGLY
INDIA
ASSAM
ত্রিপল মার্ডাৰ : বন্ধ ঘৰত উদ্ধাৰ স্বামী–স্ত্রী–কন্যাৰ মৃতদেহ

গুৱাহাটীৰ পিছত এইবাৰ তৈলনগৰী দুলীয়াজান৷ হোটেল বিলাস ইন কাণ্ডৰ নৃশংস অধ্যায়ক লৈ ৰাইজৰ উৎকণ্ঠা অব্যাহত থকাৰ মাজতে সোমবাৰে দুলীয়াজানৰ কমলাবাৰীৰ দ–হুকুটা গাঁৱত নিজ বাসগৃহৰ এটা বন্ধ কোঠাৰ ভিতৰত একেটা পৰিয়ালৰ তিনি সদস্যৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হো
Read the original at নিয়মীয়া বাৰ্তা ↗