GOOD
INDIA
ASSAM
১১ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ : কংগ্ৰেছ সাংসদক সাময়িক সকাহ আদালতৰ

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : এঘাৰগৰাকী ছাত্ৰীৰ শ্লীলতা হানিৰ গুৰুতৰ অভিযোগত অভিযুক্ত কংগ্ৰেছ সাংসদ তথা জেনইউৰ অধ্যাপক এ বিমল আকোইজামক গ্ৰেপ্তাৰৰ পৰা অন্তৰ্ৱৰ্তীকালীন আইনী সুৰক্ষা প্ৰদান কৰিলে আদালতে। অভিযুক্ত সাংসদগৰাকীক আৰক্ষীয়ে তৎকালীনভাৱে
Read the original at নিয়মীয়া বাৰ্তা ↗